নগাঁও জিলাৰ এজন প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াৰ প্ৰকৃতিপ্ৰেমৰ এক কাহিনী বিদ্য়ালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাত আনন্দিত হৈ পৰিছে পৰিয়ালটো ৷