Surprise Me!

পাঁচটাকৈ ব্লকৰ সখীৰ উপস্থিতিত জিলা পৰ্যায়ৰ সন্মিলন

2026-06-16 10 Dailymotion

গ্ৰামোন্নয়ন আৰু মহিলা সৱলীকৰণৰ দিশত বিশেষ খোজ । মৰিগাঁৱত আৰজিভিএন আৰু ক্ৰিছিল ফাউণ্ডেশ্যনৰ উদ্যোগত জিলা পৰ্যায়ৰ সন্মিলন সম্পন্ন ।