Surprise Me!

বিশ্বৰ শীৰ্ষ ৫ বিজ্ঞানী তালিকাত স্থান লাভ অধ্যাপক ড৹ প্ৰণবা নন্দ ভট্টাচাৰ্যৰ

2026-06-18 1 Dailymotion

তিতাবৰ নন্দ নাথ শইকীয়া মহাবিদ্যালয়ৰ অধ্যাপকে লাভ কৰিছে বিশ্বব্যাপী স্বীকৃতি৷২০২৫ৰ Global Scientometric Ranking-ত বিশ্বৰ শীৰ্ষ ৫বিজ্ঞানী তালিকাত স্থান লাভ কৰিছে অধ্যাপক ড৹ প্ৰণবা নন্দ ভট্টাচাৰ্যই।