"...এতিয়ালৈকে গুৱাহাটীত বহুত কোটি কোটি চুৰি কৰিলোঁ । চুৰি কৰি গুৱাহাটীত মাটি কিনিলোঁ আৰু ঘৰো বনালোঁ ।" এয়া হ'ল এটা চোৰৰ গৌৰৱেৰে দিয়া স্বীকাৰোক্তি ।