মঙলদৈস্থিত অসম দক্ষতা বিশ্ববিদ্যালয়ত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী । জুবিন গাৰ্গৰ ছবি মচি পেলোৱাৰ বিতৰ্কৰ প্ৰসংগত মন্তব্য মন্ত্ৰীগৰাকীৰ ।