মন্ত্রীসভা সম্প্রসাৰণক লৈ বিধায়ক অখিল গগৈৰ প্রতিক্রিয়া ৷ বিগত ৫ বছৰত মুখ্যমন্ত্ৰীৰ পাছত পীযুষ হাজৰীকাই একমাত্ৰ দক্ষ মন্ত্রী আছিল বুলি মন্তব্য বিধায়ক গগৈৰ ৷