Surprise Me!

কামাখ্যা মন্দিৰলৈ শ শ নাগা বাবাৰ বিশাল পদযাত্রা, সংগ দিলে বিধায়ক বিজয় গুপ্তাই

2026-06-20 7 Dailymotion

উদুলি-মুদুলি নীলাচল পাহাৰ । সাধু-সন্তৰ আগমনে এক অনন্য পৰিৱেশৰ সৃষ্টি হৈছে কামাখ্যা ধামত । শ শ নাগা বাবাই উলিয়ালে পদযাত্ৰা ।