Surprise Me!

মই ন্যায়ৰ আশা কৰিয়েই আদালতলৈ আহিছোঁ: জুবিন গাৰ্গ হত্যা গোচৰৰ সাক্ষ্যদান কৰি ৰবি শৰ্মা

2026-06-20 2 Dailymotion

ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত পুনৰ সাক্ষ্যদান অভিনেতা ৰবি শৰ্মাৰ । ৮ জুনৰ পৰা আৰম্ভ হোৱা বিচাৰ প্ৰক্ৰিয়াত ২৮ গৰাকীৰ সাক্ষ্যদান ।