হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভূমিস্খলন । নিশাৰে পৰা শ শ বাহন আবদ্ধ ৰাজপথত । পথ মুকলি কৰাৰ চেষ্টা অব্যাহত প্ৰশাসনৰ ।