৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনা । সঠিক নিৰ্দেশনা ফলকৰ অভাৱত নদীত পৰিল বাহন । ছানৰুফ খুলি কোনোমতে প্ৰাণ ৰক্ষা চালকৰ ।