মঙলদৈৰ প্ৰজ্ঞাশ্ৰীয়ে লাভ কৰিলে লোকগীতৰ যুৱ শিল্পী বৃত্তি বঁটা ৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰই প্ৰদান কৰে এই বঁটা ৷