নীপকোৱে খাণ্ডং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ৰ অতিৰিক্ত পানী মুকলি কৰি দিয়ে । কপিলীৰ দুয়োপাৰে বানৰ ভয়ত আতংকিত ৰাইজ ।