Surprise Me!

ডিব্ৰুগড়ত প্ৰতিবাদত নামিল ডায়েলাইছিছ ৰোগী, কিন্তু কিয় ?

2026-06-22 3 Dailymotion

ডায়েলাইছিছৰ সুবিধা বন্ধ হোৱাৰ আশংকাত ডিব্ৰুগড়ত প্ৰতিবাদত নামিল ৰোগী ৷ আয়ুষ্মান কাৰ্ডৰ সেৱা অব্যাহত ৰাখিবলৈ চৰকাৰলৈ আহ্বান ৰোগীৰ ৷