Surprise Me!

গোগামুখৰ ৩২ খন গাঁও বানৰ কবলত, সাহাৰ্যৰ পৰা বঞ্চিত ধেমাজিৰ বন্য়াৰ্তৰ হাহাকাৰ

2026-06-23 3 Dailymotion

দুসপ্তাহে বাঢ়নী পানীৰ কবলত পৰিছে যদিও নিদ্ৰামগ্ন প্ৰশাসন । গোগামুখৰ লগতে জোনাইৰো একাধিক গাঁও জলমগ্ন ৷