Surprise Me!

মুখ্যমন্ত্ৰী-শীৰ্ষ আমোলাৰ নাম লৈ প্ৰৱঞ্চনা, অৰুণাচলত ৩৪ কোটিৰ জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ ঋষিৰাজ বৰকটকী

2026-06-23 2 Dailymotion

গুৱাহাটীৰ বাসিন্দা ৪১ বছৰীয়া ঋষিৰাজ বৰকটকীয়ে এজন ব্যৱসায়ীক প্ৰতাৰণা কৰাৰ অভিযোগ আছে । প্ৰায় ৩৪ কোটি টকাৰ বিনিয়োগ জালিয়াতিৰ মূল অভিযুক্ত হিচাপে ঋষিৰাজক গ্ৰেপ্তাৰ ৷