অসমৰ পথ নিৰ্মাণ কাম পুনৰ বন্ধ কৰিলে অস্ত্ৰধাৰী নগা আৰক্ষী, স্থানীয় নগালোকে । অভিযোগ নাগালেণ্ডৰ ওচৰত অসহায় ৰূপত অসম প্ৰশাসন ।