Surprise Me!

লাভ জিহাদ, ধৰ্মান্তৰকৰণে গ্ৰাস কৰিছে হিন্দুক, কামাখ্যা ধামত ক’লে দেৱ পাগলীয়ে

2026-06-24 8 Dailymotion

মা কামাখ্যাৰ আশীৰ্বাদ ল’বলৈ দ্বিতীয়বাৰৰ বাবে অম্বুবাচীলৈ আহিছে গুজৰাটৰ কণ্ঠশিল্পী দেৱ পাগলী । আধ্যাত্মিক অনুভূতি পুনঃ সক্ৰিয় কৰাৰ বাবে অম্বুবাচী মেলালৈ আহে দেৱ পাগলী ।