Surprise Me!

অৰুণাচলৰ ছয় জিলাত যোগাযোগ বিচ্ছিন্ন, ভূমিস্খলনৰ ফলত ৫ জন নিৰুদ্দেশ, ১৭জন আহত

2026-06-25 3 Dailymotion

অৰুণাচল প্ৰদেশৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত ছখন জিলাৰ কেইবাটাও অঞ্চল দুৰ্গম হৈ থকাৰ বাবে সামগ্ৰিক ক্ষতিৰ মূল্যায়ন এতিয়াও চলি আছে ।