Surprise Me!

বেকী নদীৰ খহনীয়াৰ কালৰূপ, মথাউৰি নিৰ্মাণৰ বাবে চৰকাৰক আহ্বান ৰাইজৰ

2026-06-25 2 Dailymotion

কলগাছিয়াত বেঁকী নদীৰ ভয়ংকৰ খহনীয়া । নদীৰ বুকুত জাহ গ'ল অংগনবাড়ী কেন্দ্ৰ, প্ৰাথমিক বিদ্যালয় ৷ এমাহৰ ভিতৰত খহনীয়াই উটুৱাই নিলে প্ৰায় কুৰিটা পৰিয়ালৰ ঘৰ-দুৱাৰ ।