Surprise Me!

মন্ত্ৰীৰ নাম সাঙুৰি ষড়যন্ত্ৰৰ বলি হ'ল নেকি সাৱিত্ৰী ভৰালী উচ্চ বিদ্য়ালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক?

2026-06-25 1 Dailymotion

৫ জুনৰ ঘটনাৰ ২২ জুনৰ অভিযোগত লগে লগে একচন, প্ৰধান শিক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি । মন্ত্রীৰ নাম সাঙুৰি দুষ্টচক্ৰৰ ষড়যন্ত্রত মৰ্মাহত শিক্ষাগুৰু ।