দিনতে মানুহ আহিবলৈ ভয় কৰা এটা কদৰ্যময় চৰকাৰী কাৰ্যালয় ৷ ঘন জংঘলে আৱৰি কাৰ্যালয়ৰ পৰিৱেশ কৰিছে বিনষ্ট । পদুম পুখুৰীও জংঘলৰ মাজত ।