মূৰৰ ওপৰত সুৰক্ষিত চালিৰ সপোন লৈ জীয়াই আছে এটা দৰিদ্ৰ পৰিয়াল । বৰষুণ দিলেই আতংক । কাছমাৰীত দৰিদ্ৰতাৰ বাস্তৱ ছবি ।