কেমেৰাৰ লেন্সৰে পহুগড়ক নতুনকৈ বিশ্ব দৰবাৰত তুলি ধৰাৰ প্ৰয়াস এজন যুৱকৰ ৷ তেওঁ বহু দুষ্প্ৰাপ্য আৰু মনোমোহা পশু-পক্ষী কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছে ।