Surprise Me!

মা কামাখ্যাৰ আশিস বিচাৰি কৃচ্ছসাধনা; হাতত জ্বলন্ত চাকি লৈ আঁঠুকাঢ়ি নীলাচল পাহাৰ বগালে ৰাজস্থানৰ যুৱকে

2026-06-26 2 Dailymotion

ৰাজস্থানৰ যুৱকজনে হাতত জ্বলি থকা চাকি লৈ আঁঠুকাঢ়ি মা কামাখ্যা মন্দিৰ দৰ্শন কৰে । কামাখ্যা নাৰ্ছাৰী গে'টৰ পৰা পাহাৰীয়া একা-বেঁকা পথেৰে তেওঁৰ মন্দিৰলৈ যাত্ৰা ।