বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ যুদ্ধকালীন তৎপৰতা । মেৰামতি চলিছে নাও-ৰবৰ বোটৰ । ভিতৰুৱা কেম্পলৈ প্ৰেৰণ ৰেচন, লাইফ জেকেট । চোৰাং চিকাৰীৰ বিৰুদ্ধেও হাই এলাৰ্ট ।