Surprise Me!

আহাৰৰ বানত বুৰিছে জোনাই; বন্যাক্ৰান্তৰ খবৰ ল’লে মন্ত্ৰী কেশৱ‌ মহন্ত আৰু সুশান্ত বৰগোহাঁয়ে

2026-06-29 1 Dailymotion

জোনাইৰ বান পৰিস্থিতি বুজ ল'লে কেশৱ‌ মহন্ত আৰু সুশান্ত বৰগোহাঁয়ে । বন্যাক্ৰান্তক সকলো প্ৰকাৰৰ সহায়-সহযোগ কৰিবলৈ অসম চৰকাৰ সষ্ঠম হৈ আছে বুলি উল্লেখ কৰে ৷