নগাঁও ক্ৰীড়া সংস্থাৰ খেলপথাৰত এদিনীয়াকৈ পেৰা খেলুৱৈ বাছনি শিবিৰ । ১৫৯ গৰাকী প্ৰতিভাশালী পেৰা খেলুৱৈৰ অংশগ্ৰহণ ।