Surprise Me!

অখিল গগৈৰ মহিমা অপাৰ: আঞ্চলিক দলৰ মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছ বিধায়ক জয়প্ৰকাশ দাস

2026-07-03 2 Dailymotion

বিজেপিক প্ৰতিহত কৰিবলৈ মহা আঞ্চলিক দল গঠনৰ পোষকতা অখিল গগৈৰ । বিধায়ক জয়প্ৰকাশ দাসৰ মতে, অখিল গগৈয়ে পুৱা এটা কথা কয়, গধূলি এটা কয় ।