Surprise Me!

শিৱসাগৰত ড্ৰাগছ বেপাৰীৰ দোকান উচ্ছেদ, ডিমা হাছাওত হে'ৰইনসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

2026-07-03 1 Dailymotion

প্ৰশাসনে শিৱসাগৰত অপৰাধীৰ ঘাটি হিচাপে চিহ্নিত অবৈধ দোকান উচ্ছেদ কৰে । আনহাতে, হাফলঙত গাড়ীৰ গোপন চেম্বাৰৰ পৰা ২৩১.৩১ গ্ৰাম ওজনৰ হে'ৰইন জব্দ ।