বিটিচিত কাৰ্যবাহী পৰিষদৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত । প্ৰশাসন ব্যৱস্থা নিয়ন্ত্ৰণৰ কাৰণে চীফ ভিজিলেঞ্চ আৰু মণিটৰিং সমিতি গঠনৰ সিদ্ধান্ত ।