সঠিক বজাৰ আৰু সংৰক্ষণৰ অভাৱত প্ৰতিদিনে নষ্ট হৈছে সাধাৰণ কৃষকৰ ফচল । যাৰ বাবে শীতলীকৰণ ভঁৰাল আৰু উপযুক্ত মঞ্চৰ দাবী জনাইছে ৰাইজে ।