Surprise Me!

গুৱাহাটীৰ বিভিন্ন উদ্যানত সোমালেই দিব লাগিব ধন, কোনখন উদ্যানত কিমান প্ৰৱেশ মূল্য ?

2026-07-06 3 Dailymotion

৫ জুলাইৰ পূৰ্বে গুৱাহাটী উন্নয়ন নিগম প্ৰাধিকৰণ (GMDA)ৰ অধীনত থকা প্ৰতিখন উদ্যানতে প্ৰৱেশ বিনামূলীয়া আছিল । কিন্তু এতিয়া বন্ধ হ'ল দর্শনাৰ্থীৰ বিনামূলীয়া প্ৰৱেশ ।