বিধানসভাত মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অখিল গগৈৰ ৷ অখিল গগৈয়ে জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে নামনি অসমত ছিণ্ডিকেট চলাই থকাৰ অভিযোগ উত্থাপন কৰে ৷