সকলো খেতিপথাৰত ১০০% জলসিঞ্চনৰ ব্যৱস্থা নিশ্চিত কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । বিগত পাঁচ বছৰত ১.৫৯ শতাংশ কৃষিভূমিত পানীৰ যোগান ব্যৱস্থাৰ দাবী ।