লখিমপুৰত অবৈধ স্ক্ৰেপিঙৰ বিৰুদ্ধে জিলা পৰিবহণ বিভাগৰ অভিযান । অবৈধভাৱে স্ক্ৰেপিং কৰা শ শ বাহনৰ ইঞ্জিন উদ্ধাৰ অভিযানকাৰী দলৰ ।