Surprise Me!

জালি জাল নোট

2026-07-09 1 Dailymotion

"চোৰক মোৰে পালে ৷ জাল নোটেৰে নকল সোণ কিনিবলৈ আহি আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী ৷" জাল নোটৰ প্ৰসংগত সদনত উত্তৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ বিৰোধীৰ দলপতি ৱাজেদ আলী চৌধুৰীয়ে কৰা প্ৰশ্নোত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, উত্তৰ প্ৰদেশৰ পৰা জালি জাল নোট লৈ অসমত নকল সোণ কিনিবলৈ আহি সৰবৰাহকাৰী ধৰা পৰে । প্ৰিণ্টাৰত জাল নোটখিনি বনোৱা হৈছিল ।