Surprise Me!

পৰ্যটন উদ্যোগৰ প্ৰসাৰৰ উদ্দেশ্যে হাফলঙত জনজাতীয় উৎসৱ আৰম্ভ

2026-07-10 4 Dailymotion

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত হাফলঙত শুকুৰবাৰৰ পৰা চাৰিটা পৰ্যায়ত আৰম্ভ হৈছে ডিমা হাছাও জনজাতীয় উৎসৱ ।