Surprise Me!

উপযুক্ত পথৰ অভাৱত বিয়াৰ পৰা বঞ্চিত এখন গাঁৱৰ যুৱক-যুৱতী

2026-07-11 5 Dailymotion

কলগাছিয়াৰ চৰ ৰামপুৰ গাঁৱৰ ৰাইজে জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপদসংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে ৷ মৰণক শৰণ দি প্ৰতিদিনে পাৰাপাৰ কৰে ছাত্ৰ-ছাত্ৰী, কৃষক আৰু সাধাৰণ জনতা ৷