সাংবাদিকৰ অধিকাৰ সুৰক্ষাৰ দাবীৰে গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদ সাংবাদিকৰ, প্ৰশ্ন কৰাৰ বাবে সাংবাদিকক দুব্যৱহাৰ কৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ৷