ধুবুৰীৰ কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনৰ পুনৰ নিৰ্মাণৰ কাম-কাজ বন্ধ হোৱাক কেন্দ্ৰ কৰি দলটোৰ তৃণমূল কৰ্মীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে, স্থায়ী ঠিকনা নোহোৱাত দলীয় কামত ব্য়াঘাত...