জনীয়াৰ নগৰঝাৰত যৌতুক দিব নোৱৰাৰ বাবেই স্বামীৰ নিৰ্মম প্ৰহাৰৰ বলি হৈ মৃত্যুক আঁকোৱালি ল'লে দুই সন্তানৰ মাতৃ তথা চাৰি মাহৰ অন্তঃসত্ত্বা মমিৰণ নেছাই ।