Surprise Me!

অসমৰ বান আৰু গৰাখহনীয়া

2026-07-12 0 Dailymotion

অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে যদি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদক ৰাষ্ট্ৰীয় সম্পদ হিচাপে গণ্য কৰিব পাৰি, তেন্তে এই অঞ্চলৰ দীৰ্ঘদিনীয়া বানপানী আৰু গৰাখহনীয়াৰ সমস্যাকো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে । বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে ।