ৰাজ্যৰ কৃষকসকল এতিয়া পথাৰত ব্যস্ত হৈ পৰিছে । ডিমৰীয়া অঞ্চলতো ভূঁই ৰোৱা পৰ্বৰ দ্বাৰা এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ল ।