দেওবাৰে গুৱাহাটীৰ মালিগাঁও, কাহিলীপাৰা, জটিয়া আদি অঞ্চল পৰিদৰ্শন কৰি মন্ত্রী কৌশিক ৰায়ে কৃত্ৰিম বান পৰিস্থিতিৰ বুজ লয় ৷