এভাৰেষ্টৰ সুউচ্চ শিখৰত আৰোহণ কৰি সৌন্দর্যত আপোন পাহৰা হৈছিল ৰূপামণি গড় । মঙলবাৰে গৃহজিলাত উপস্থিত । শুভেচ্ছা-অভিনন্দনৰ জোৱাৰ ।