মাষ্টাৰ প্লেন এলেকাত কাৰ্যকৰী হৈছে Transferable Development Rights ব্যৱস্থা ৷ ইয়াৰ দ্বাৰা কোনো লোকে নিজৰ অব্যৱহৃত মাটি হস্তান্তৰৰ জৰিয়তে সুবিধা গ্ৰহণ কৰিব পাৰিব ।