Surprise Me!

বনাঞ্চল ৰক্ষাৰ বাবে ফৰেষ্ট বেটেলিয়নে সকলো কৰিব পাৰে: বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা

2026-07-16 9 Dailymotion

অৰুণাচলী দুৰ্বৃত্ত আৰু বন বিভাগৰ মাজত গুলীয়াগুলীৰ ঘটনাৰ পিছত বিহালী বন্যপ্ৰাণী অভয়াৰণ্যত উপস্থিত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা । বন বিভাগক সকলো ব্যৱস্থা গ্ৰহণৰ লাইচেঞ্চ প্ৰদান ।