Surprise Me!

চন পৰা মাটিডৰাই কন্দুৱাইছে কৃষকক: শাওনৰ পথাৰত চিৰাল ফাঁট, এটুপিও পানী দিব পৰা নাই জলসিঞ্চনে

2026-07-18 12 Dailymotion

সৰুপথাৰত ভয়াৱহ খৰাং । পয়ালগা জলসিঞ্চন ব্যৱস্থাৰ বাবে মূৰে-কপালে হাত দিছে কৃষকে ।