মঙলবাৰে পুৱাৰে পৰা দৰিকা আৰু দিখৌ নদীৰ পানী শিৱসাগৰ নগৰত প্ৰৱেশ কৰিছে । ভাৰতীয় সেনাই উজনি অসমত বান সাহায্য অভিযান তীব্ৰতৰ কৰি তুলিছে ৷