Surprise Me!

সাম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ

2026-07-23 5 Dailymotion

সাম্ভাব্য বানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাজু । এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণাধীন । ৰাষ্ট্ৰীয় উদ্যানৰ ৮ টা শিবিৰ আংশিকভাৱে জলমগ্ন ।